প্ৰমোদ বড়ো হ’ব মুখ্য কাৰ্যবাহীঃ ইউপিপিএল- বিজেপি-জিএচপিৰ মিত্ৰতা

জগদীশ হাজৰিকা, গুৱাহাটী, ১৩ ডিচেম্বৰঃ নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিছত তিনি ৰাজনৈতিক দল ইউপিপিএল, বিজেপি আৰু জিএচপিৰ মাজত আজি মিত্ৰতা স্থাপন হ’ল৷ লগে লগে পূৰ্বানুমান কৰা ধৰণেই ইউপিপিএল-বিজেপি-জিএচপিয়ে বড়োভূমিৰ ক্ষমতা হস্তগত কৰাতো নিশ্চিত হৈ পৰিল৷…