আফগানিস্তান প্রশ্নত ‘বন্ধু’ ভাৰতৰ নিৰাপত্তা, কূটনৈতিক অৱস্থান পাহৰি যাবলৈ কুন্ঠাবোধ নকৰে আমেৰিকাই

আশিস গুপ্ত ১৯৭৫ চনৰ ২৯ এপ্রিল আৰু ২০২১ চনৰ ১৫ আগষ্ট। ৪৬ বছৰ ব্যৱধানত দুখন ফটোগ্রাফ দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিশ্বজুৰি। ‘৭৫ চনৰ ফটোগ্রাফখন দক্ষিণ ভিয়েতনামৰ ৰাজধানী সায়গনৰ। দ্বিতীয় ছবিখন আফগানিস্তানৰ ৰাজধানী কাবুলৰ। দুয়োখন…