অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা, চিবিআয়লৈ তদন্তৰ দায়িত্ব

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ২৮ অক্টোবৰঃ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা বিয়পিছে ৷ এইবাৰ উত্তেজনা হাইলাকান্দিৰ মিজোৰাম সীমান্তত। মিজো আগ্ৰাসনৰ বিৰুদ্ধে এইবাৰ হাইলাকান্দিৰ স্থানীয় লোক ৰাজপথলৈ ওলাই আহে। বুধবাৰে হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী ৰামনাথপুৰ অঞ্চলত…