নুমলীগড়ৰ চাহ বাগিচাত এতিয়া প্ৰকাণ্ড জিৰাফৰ আবিৰ্ভাৱ!

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৩ অক্টোবৰঃ নুমলীগড়ত চাহ বাগিচাৰ মাজত এইবাৰ জিৰাফৰ আবিৰ্ভাৱ। পূজাৰ বতৰত বাগিচাত কৰ পৰা ওলালহি প্ৰকাণ্ড জিৰাফ? হয়, পূজাৰ উলাহৰ মাজতেই চাহ বাগিচাত হঠাতে দেখা গল এটা জিৰাফক। নুমলীগড়ত হাতী-মানুহৰ সংঘাত কোনো…