বহুধাবিভক্ত কংগ্ৰেছঃ গগৈৰ মৃত্যুই দললৈ অশনি সংকেত কঢ়িয়াইছে

জগদীশ হাজৰিকা, গুৱাহাটী, ২৭ নৱেম্বৰঃ অসমত কংগ্ৰেছ দলৰ পিতামহ স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে দললৈ সংকট কঢ়িয়াই আনিব৷ ইতিমধ্যে কেইবাটাও গোটত বহুধাবিভক্ত দলটোত এক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ আশংকাই মূৰ দাঙি উঠাৰ প্ৰৱল সম্ভাৱনা প্ৰকট…