উত্তৰপূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে কামেঙৰ আত্মপ্ৰকাশ

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ উত্তৰপূৰ্বাঞ্চলৰ সৰ্ববৃহত জলবিদ্যুত প্ৰকল্প হিচাপে মঙলবাৰে আত্মপ্ৰকাশ ঘটিল কামেং জলবিদ্যুত প্ৰকল্পৰ। আৰু এই সৰ্ববৃহত জলবিদ্যুত প্ৰকল্পৰ গৰাকী হল নৰ্থ ইষ্টাৰ্ন ইলেকট্ৰিক পাৱাৰ কৰ্পৰেচন লিমিটেড চমুকৈ নীপকোই। ১৫০ মেগা ৱাট সম্পন্ন চতুৰ্থ তথা…