ষ্টেন স্বামীৰ মৃত্যু- আমাৰ বাবে শিক্ষা
ভাস্কৰ ভট্টাচার্য জহ্লাদৰ উল্লাসমঞ্চৰ এই দেশখনত প্ৰতিনিয়ত ৰাষ্ট্রীয় হায়নাৰ বিচৰণ। অবশেষত ষ্টেন স্বামী ৰাষ্ট্রৰ ৰোষানলৰ বলি হল। হায় গণতন্ত্র! এগৰাকী ৮৪ বছৰীয়া বৃদ্ধ যিজন দীর্ঘকাল ধৰি দেশৰ মূলনিবাসী/আদিবাসী মানুহৰ অধিকাৰৰ হকে সৰৱ আছিল তেওঁ ন্যায়িক…