আই এছ এলত নর্থ ইষ্ট ইউনাইটেডৰ দুৰন্ত জয়
ইষ্টাৰ্ন টাইমছ, ২২ নৱেম্বৰঃ সকলো হিচাপ-নিকাচ ওলট-পালট কৰি শণিবাৰে নিশা নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে আই এছ এলৰ দ্বিতীয়খন মেচত জয়লাভ কৰে। গোৱাত অনুষ্ঠিত দলটোৰ প্ৰথমখন মেচত নর্থ-ইষ্ট ইউনাইটেডে মুম্বাই চিটী এফ চিক ১–০ গ’লত পৰাস্ত…