গ্ৰামীণ ভাৰতত স্কুলীয়া বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোনৰ সংখ্যা ২০১৮ত ৩৬ .৫%ৰ তুলনাত ২০২০ত বাঢ়ি ৬১.৮% হ’ল

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্রী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা ২০২০-২১ দাখিল কৰি কয় যে কোভিড-১৯ মহামাৰীৰ সময়ত ব্যাপক স্তৰত অনলাইন শিক্ষাই উদগণি লাভ কৰে। অক্টোবৰ, ২০২০ত প্ৰকাশিত বাৰ্ষিক শিক্ষা…