৫ বছৰ পূৰ্বে গঠন কৰা ছিংলা কমিটিৰ ‘গোপন প্ৰতিবেদন’ত বন্দী ৬ জনগোষ্ঠীৰ জনজাতিকৰণ

জনজাতিকৰণৰ কোনো সময়সীমা বান্ধি নিদিয়ে কেন্দ্ৰই, ঠিক ৫ বছৰ আগত গঠন কৰা ছিংলা কমিটিয়ে ২০১৮ তেই দাখিল কৰিছিল গোপন প্ৰতিবেদনঃ লোকসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিলে কেন্দ্ৰই ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ কোনেও নাজানে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে…