পুনৰ বিজেপিৰ চৰকাৰ আহিলে জেললৈ যাব শ্বেৰমান আলী, মন্ত্ৰী হিমন্ত বিশ্বৰ ভাবুকি

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী ৩১ অক্টোবৰঃ মিঞা মিউজিয়ামকলৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। শণিবাৰে এই ভাবুকি প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে এতিয়াই নহয়, ৰাজ্যত বিজেপিয়ে পুনৰ…