অসমৰ ডিটেনশ্যন ক্যাম্পত কোনো বাংলাদেশী বিচাৰি পোৱা নাযাব: শাহ তানভীৰ মনসুৰ

উভতিল ১৭৭ বাংলাদেশী, বাকী আছে ৬০জন ইষ্টাৰ্ন টাইমছ, বিশেষ সংবাদদাতা , ঢাকা, ১৭ নৱেম্বৰ: অসমত তথাকথিত ‘বাংলাদেশী’সকলৰ অবৈধ বসবাসৰ যি মিথ তৈয়াৰ কৰিছিল এক শ্রেণীৰ ৰাজনীতিকে, সেয়া ভাগি গৈছে। যোৱা বছৰ এনআৰচিৰ চূড়ান্ত তালিকা প্রকাশৰ…