দীপাংক আছুৰ পুনৰ সভাপতি, শংকৰজ্যোতি নবনিৰ্বাচিত সাধাৰণ সম্পাদক

উদাত্ত আবেগিক ভাষণেৰে লুৰিণজ্যোতিৰ আছু ত্যাগ ইষ্টাৰ্ন টাইমছ, দুলীয়াজান, ২২ নৱেম্বৰঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) পৰৱৰ্তী সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে দীপাংক নাথ। আনহাতে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছে…