এছ আই কেলেংকাৰিঃ ধৃত সঞ্জীত কৃষ্ণৰ মুখত ‘ডাঙৰ ডাঙৰ মানুহ’ৰ নাম

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৮ অক্টোবৰঃ ৰাজ্যৰ এছ আই নিযুক্তি কেলেংকাৰিত বহু ‘ডাঙৰ মানুহ’ জড়িত হৈ আছে। চি আই ডিৰ মাৰাথন জেৰাত বিধ্বস্ত অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত তথা কৰিমগঞ্জৰ পতচ্যুত আৰক্ষী অধীক্ষক…