নতুন ৰাজনৈতিক দলক ভিটামিন বি কমপ্লেক্স খোৱাৰ পৰামৰ্শ আৰ পি শৰ্মাৰ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৯ অক্টোবৰঃ নতুন ৰাজনৈতিক দলক ভিটামিন বি কমপ্লেস্ক খোৱাৰ আহ্বান জনাইছে বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাৰ।শৰ্মাৰ বক্তব্য– নিৰ্বাচনী বতৰত ৰাজনৈতিক যুদ্ধ কৰিবলৈ শক্তিৰ প্ৰয়োজনীয়তা আছে। সেয়েহে নতুন…