ৰিপুণ বৰাৰ মইমতালী! হাইকমাণ্ডৰ সকীয়নি

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ৩০ অক্টোবৰঃ প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ মইমতালী কামকাজত ক্ষুব্ধ হৈ পৰিছে দলৰ হাইকমাণ্ড। ধনৰ বিনিময়ত ব্লক, জিলা আনকি ৰাজ্যিক পৰ্যায়ৰ বিষয়বৱীয়া নিযুক্তি প্ৰদানৰ অভিযোগ লাভ কৰিছে এ আই চি চিয়ে।…