ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকাত মণিপুৰৰ ৰঞ্জিতা দেৱী আৰু মেঘালয়ৰ ৰিঅ’লাং ধাৰ

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ উত্তৰপূৰ্বাঞ্চলৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ। মণিপুৰৰ ৰঞ্জিতা দেৱী টেকচাম আৰু মেঘালয়ৰৰ ৰিঅ’লাং ধাৰে ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ বাবে যোগ্যতা অৰ্জন কৰিছে। সদ্যহতে প্ৰকাশ পাইছে ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকা। ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ…