ৰক্ষকেই যেতিয়া ভক্ষকঃ গঁড়ৰ খড়্গ ব্যৱসায়ত জড়িত ৩ বনকৰ্মীক গ্ৰেপ্তাৰ

ইষ্টাৰ্ন টাইমছ, ১৫ অক্টোবৰ, গুৱাহাটীঃ কাজিৰঙাত এতিয়া ৰক্ষকেই ভক্ষকৰ ৰূপ ধাৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সংৰক্ষণৰ দ্বায়িত্বত থকা বিভাগীয় কৰ্মীয়েই এতিয়া নামি পৰিছে গঁড়ৰ খড়্গ ব্যৱসায়ত। উদ্যানখনত কৰ্মৰত বন বিভাগৰ তিনিজন কৰ্মীক গঁড়ৰ খড়্গ…