অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণকলৈ উচ্চতম ন্যায়ালয়ৰ পুনৰ জাননী

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সমাগত বিধানসভা নিৰ্বাচন। পিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হবনে? সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ কিম্বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট উত্তৰ নাই। ইয়াৰ মাজতেই উচ্চতম ন্যায়ালয়ত অসমৰ…