বহু সমষ্টিত সলনি হব বিজেপিৰ প্ৰাৰ্থী, ইংগিত ৰঞ্জিত দাসৰ
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ ৰাজ্যৰ বহু সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী সলনি কৰিব। মঙলবাৰে এই কথা স্পষ্ট হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিবৃতিৰ পৰা। আনহাতে আগন্তুক বিজেপিৰ প্ৰাৰ্থী তালিকা মাৰ্চৰ শেষৰ ফালে প্ৰকাশ পাব। উল্লেখ্য যে…