নিৰ্বাচন আহি আছে! ৰাজ্যত হ্ৰাস পালে পেট্ৰ’ল-ডিজেল, সুৰাৰ মূল্য

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ শুকুৰবাৰ নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল পেট্ৰ’ল-ডিজেলেই নহয়, ৰাজ্যত সুৰাৰ দামো হ্ৰাস পাব।…