জর্জ অৰৱেল আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ পেগাছাছ সন্দৰ্ভত অন্তৰ্বৰ্তী ৰায়

আশিস গুপ্ত    “আপুনি কোনো বিষয়ক যদি গোপন কৰি ৰাখিববিচাৰে তেনেহ’লে অৱশ্যেই সেই বিষয়টোক নিজৰ ওচৰৰ পৰা অইন কোনো গোপন ঠাইত লুকুৱাই ৰাখিবলাগিব।” ৰাষ্ট্রৰ গুপ্তচৰবৃত্তিসম্পৰ্কে তেওঁৰ পাঠকসকলক সতৰ্ক কৰি দিবলৈ জর্জ অৰৱেলে এই ঐতিহাসিক মন্তব্য…