কৃষি আইনত সুপ্ৰিম কৰ্টৰ স্থগিতাদেশ, সমিতি গঠন

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ দেশত চলি থকা কৃষক আন্দোলনক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানত কেন্দ্ৰৰ তিনিখন কৃষি আইনত স্থগিতাদেশ জাৰি কৰে। কোৱা হৈছে ন্যায়লয়ে পৰবৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে…