বিজেপি-বিৰোধী জোঁট বন্ধন সম্ভৱ হ’বগৈনে? কংগ্ৰেছৰ পিছত এইবাৰ তৎপৰ এ আই ইউ ডি এফ

গিৰীন্দ্ৰ শইকীয়া গুৱাহাটী : ২০২১ৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ অসমত সৰু-বৰ বিভিন্ন ৰাজনৈতিক শক্তিৰ খদমদম লাগিছে। এইকেইটা দিনত ইটোৰ পাছত সিটো নতুন ৰাজনৈতিক দলৰো আত্মপ্ৰকাশ ঘটিছে। অন্যান্য ৰাজনৈতিক দলসমূহৰ কথা বাৰু বাদ, আছু-এজেৱাইচিপিৰ তৎপৰতাত গঠিত…