সমগ্ৰ দেশৰ লগতে দিল্লী আৰু হাৰিয়ানাৰ প্ৰবাসী অসমীয়াই কভিড-১৯ পৰিবেশ পৰিস্থিতিৰ মাজতো ভক্তিভাৱৰে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ ৷ দিল্লীীৰ কাষৰীয়া হাৰিয়ানাৰ গুৰুগ্ৰামত অস্টমীৰ দিনা পুৱাৰে পৰাই কভিড-১৯ৰ প্ৰটকল মানি সেৱা জনালে প্ৰবাসী অসমীয়াই ৷