Breaking News

গুৰুগ্ৰামৰ অসম ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত আয়োজন কৰা পুজা

Puja organized by Assam Welfare Chachaiti in Gurugram

 

সমগ্ৰ দেশৰ লগতে দিল্লী আৰু হাৰিয়ানাৰ প্ৰবাসী অসমীয়াই কভিড-১৯ পৰিবেশ পৰিস্থিতিৰ মাজতো ভক্তিভাৱৰে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ ৷ দিল্লীীৰ কাষৰীয়া হাৰিয়ানাৰ গুৰুগ্ৰামত অস্টমীৰ দিনা পুৱাৰে পৰাই কভিড-১৯ৰ প্ৰটকল মানি সেৱা জনালে প্ৰবাসী অসমীয়াই ৷

Vinkmag ad

Eastern Times

Read Previous

ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকাত মণিপুৰৰ ৰঞ্জিতা দেৱী আৰু মেঘালয়ৰ ৰিঅ’লাং ধাৰ

Read Next

মিঞা মিউজিয়ামঃ অসমৰ নতুন বিতৰ্ক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.