Breaking News

পৰ্যটকৰ বাবে মুকলি হ’ল কোভিডোত্তৰ মেঘালয়

Meghalaya in Covid is open for tourists

ইষ্টার্ন টাইমছৰ প্ৰতিবেদনঃ কৰোনা প্ৰত্যাহ্বানক নেওচি পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰিলে মেঘালয়ে।

বিশ্বজুড়ি কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি যোৱা প্ৰায় ৯ মাহ ধৰি পৰ্যটক সকলৰ বাবে পাহাৰীয়া ৰাজ্যখনৰ দুৱাৰ বন্ধ কৰি ৰখা হৈছিল। পিছে সোমবাৰে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় মেঘালয়।

অৱশ্যে দেশ-বিদেশৰ পৰ্যটক সকলৰ বাবে মেঘালয় চৰকাৰে কিছু বিশেষ নিৰ্দেশনাও জাৰি কৰিছে।

উল্লেখ্য যে মেঘালয়ৰ ৰিভ’ই জিলাত পৰ্যটক সকলৰ বাবে ৰাজ্যখন পুনৰ মুকলি কৰি দিয়া অনুষ্ঠানত উপস্থিত থাকে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইছং, মন্ত্ৰী এইছ ড’হলিংকে ধৰি পৰ্যটন বিভাগৰ বহু বিষয়ববীয়াই।

Vinkmag ad

Eastern Times

Read Previous

কৰোনাৰ গণ টিকাকৰণ সম্পূর্ণ হ’লেই সংশোধিত নাগৰিকত্ব আইন কার্যকৰী হ’বঃ অমিত শ্বাহ

Read Next

অসমত শিক্ষক বিদ্ৰোহ! মঙলবাৰে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.